ধুবুৰীত সমষ্টিৰ বিধায়ক নজৰুল হকৰ বাসগৃহত ১৫ টা কৈ AIUDF দলৰ যুৱ মৰ্চাৰ আঞ্চলিক সভাপতি সকলক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। এই সভাত উপস্থিত থাকে AIUDF দলৰ কেন্দ্ৰীয়,জিলা,সমষ্টি আৰু বল্ক কমিটিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ লগতে ধুবুৰী সমষ্টিৰ ১৫ টা কৈ আঞ্চলিক সমিতিৰ সভাপতিয়ে নিযুক্তি পত্ৰ গ্ৰহণ কৰে ৷