This browser does not support the video element.
তামুলপুৰ: বিজেপি প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীৰ উপস্থিতিত কুজাৰপাম চুপাত ৰাইজৰ লগত মত বিনিময় আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত
Tamulpur, Baksa | Aug 26, 2025
বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰীয়ে ২৯ নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কুজাৰপাম চুপাত মঙলবাৰে নিশা প্ৰায় ন মান বজাত ৰাইজৰ লগত মত-বিনিময় কৰাৰ লগতে এক যোগদান কাৰ্যসূচীত উপস্থিত থাকে।উক্ত যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা কেইজন মানলোকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে যোগদান কৰে। যোগদান কৰা সকলোকে দলীয় গামোচাৰে বিজেপি দললৈ উষ্ম আদৰণি জনাই নেতা গৰাকীয়ে ।লগতে উক্ত মত-বিনিময় ও যোগদান কাৰ্যসূ