Download Now Banner

This browser does not support the video element.

বালিজানা: বৈদ্যুতিক তাৰ সংযোগৰ বিসংগতিত ক্ষতিগ্ৰস্ত ভুক্তভোগীৰ গোৱালপাৰা বিদ্যুৎ বিষয়াক অভিযোগ দাখিল

Balijana, Goalpara | Sep 9, 2025
বৈদ্যুতিক তাৰ সংযোগৰ বিসংগতিত ক্ষতিগ্ৰস্ত ভুক্তভোগীৰ গোৱালপাৰা বিদ্যুৎ বিষয়াক অভিযোগ বৈদ্যুতিক তাৰ সংযোগত বিসংগতি হোৱা বাবেই গোৱালপাৰা জিলাৰ হেলাপাখৰীৰ উপভোক্তাই ব্যাপক ক্ষতিসাধনৰ সন্মুখীন হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত তিনি গৰাকী উপভোক্তাই গোৱালপাৰা বিদ্যুৎ বিভাগৰ বিষয়াক এখনি লিখিত অভিযোগ দাখিল কৰে। মোনোৱাৰ হুছেইন,ছফিয়ৰ ৰহমান আৰু নয়ন আলী নামৰ উপভোক্তা তিনি গৰাকীৰ স্বাক্ষৰিত অভিযোগ কৰে।
Read More News
T & CPrivacy PolicyContact Us