Install App
abdussubhan71
This browser does not support the video element.
বালিজানা: বলদমাৰীত মুখ্য মন্ত্ৰীয়ে সংখ্যা লঘূক নিশেষ কৰাৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মানৱ সম্পদ সুৰক্ষা পৰিষদৰ সভাপতিয়ে
Balijana, Goalpara | Aug 28, 2025
বলদমাৰীত মুখ্য মন্ত্ৰীয়ে সংখ্যা লঘূক নিশেষ কৰাৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মানৱ সম্পদ সুৰক্ষা পৰিষদৰ সভাপতিয়ে। মানৱ সম্পদ সুৰক্ষা পৰিষদৰ সভাপতি নজৰুল ইছলামে মুখ্য মন্ত্ৰী য়ে সংখ্যা লঘূ ৰাইজক নিশেষ কৰাৰ ষড়যন্ত্ৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘূ ৰাইজক slow poison যে নিশেষ কৰা বুলি যি মন্তব্য কৰিছে তাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ আৰু কয় যে সংখ্যালঘূ লোক সকলে মানুহ নহয় নেকি।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!