Download Now Banner

This browser does not support the video element.

নগাঁও: বটদ্ৰৱাৰ সৰুহিছাত দিন দুপৰতে চুৰে সৰ্বস্বান্ত কৰিলে দৰিদ্ৰ এটা পৰিয়ালক,চুৰে লুটি নিলে পাচভৰী সোনৰ গহনা,নগদ ধন

Nagaon, Nagaon | Aug 30, 2025
বটদ্ৰৱাত দিন দুপৰতে চুৰে সৰ্বস্বান্ত কৰিলে দৰিদ্ৰ এটা পৰিয়ালক,চুৰে লুটি নিলে পাচভৰী সোনৰ গহনা আৰু নগদ ধন, শনিবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত ন্যায় বিচাৰি মন্তব্য ভুক্তভোগীৰ, সোণমাই কলিতা নামৰ মহিলা গৰাকীৰ ঘৰত চুৰে চলাই চাফাই অভিযান ।বটদ্ৰৱা সৰুহিছা গাঁৱৰ অকলশৰীয়া মহিলাগৰাকী শনিবাৰে দিনৰ ভাগত গৈছিল চিকিৎসালয়লৈ। সেয়ে কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাত। লুটি নিলে সোনৰ চেইন, খাৰু, ফুলি সহ প্ৰায় পাঁচ ভৰি গহনা, নগদ পাঁচ হাজাৰ টকা, পাট কাপোৰকে আদিকৰি অনান্য মূল্যবান সা
Read More News
T & CPrivacy PolicyContact Us