Download Now Banner

This browser does not support the video element.

কলগাছিয়া: কৰাৰকুৰত বেকী নদীৰ পকী দলংৰ মাজ অংশ এক ফুট তললৈ গল বহি, অতিৰিক্ত আয়ুক্ত কৌস্তৱ কলিতা ঘটনাস্থলীত উপস্থিত

Kalgachia, Barpeta | Oct 9, 2025
কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ পকী দলংত ভয়ংকৰ ঘটনা। হঠাৎ দলংৰ মাজ অংশ এক ফুট তললৈ বহি যোৱাত সৃষ্টি হৈছে আতংকৰ। ইতিমধ্যে জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত কৌস্তৱ কলিতা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। অসমৰ ডি ডি এছ কনচট্ৰাক্সন কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন। প্ৰায় ৭৪ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দলংখন। ২০১৫ চনত সম্পন্ন কৰা হৈছিল নিৰ্মাণ কাৰ্য। ইতিমধ্যে প্ৰশাসনে গধূৰ যানবাহন চলাচল বন্ধ কৰি দিছে যদিও শীঘ্ৰে দলংখন মেৰামতি কৰিবলৈ ৰাইজে দাবী জনায়
Read More News
T & CPrivacy PolicyContact Us