Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: জিলা বাৰ্তাজীৱি সংঘৰ অধিবেশন শিৱসাগৰ প্ৰেছক্লাৱত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে সমাপন

Sibsagar, Sivasagar | Sep 13, 2025
শিৱসাগৰ জিলা বাৰ্তা জীৱি সংঘৰ অধিবেশন শিৱসাগৰ প্ৰেছক্লাৱত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে সমাপন । গঠন কৰা হয় শিৱসাগৰ জিলা বাৰ্তা জীৱি সংঘৰ নতুন সমিতি শক্তিশালী ৰূপত । ইয়াৰোপৰি গুণ বৰুৱা সোঁৱৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয় সাংবাদিক মণিৰুল ইছলাম বড়াক ।
Read More News
T & CPrivacy PolicyContact Us