This browser does not support the video element.
বোকাখাত: নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজুলীগাঁৱত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ, আৰক্ষী উপস্থিত
Bokakhat, Golaghat | Sep 4, 2025
নুমলীগড়ত এটা খালত পৰি থকা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ l বৃহস্পতি বাৰে বিয়লি প্ৰায় ৫ বাজি ত্ৰিশ মিনিটত এটা খালত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰতখ্য কৰে মৃতদেহটো। স্থানীয় ৰাইজে মৃতদেহ টো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ টো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান প্ৰয্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটোৰ পৰিচয়।