This browser does not support the video element.
শিৱসাগৰ: নগৰৰ সমীপৰ শালমৰিয়া গাঁৱত ড্ৰাগছ আসক্ত যুৱকক জনসাধাৰণে আটক কৰি চমজাই আৰক্ষীক
Sibsagar, Sivasagar | Sep 5, 2025
শিৱসাগৰ নগৰৰ সমীপৰ শালমৰিয়া গাঁৱত ড্ৰাগছ আসক্ত যুৱকক জনসাধাৰণে আটক কৰি চমজাই আৰক্ষীক । জেঙনিকটিয়াত ভাড়াতীয়া হিচাপে থকা উক্ত যুৱক জনৰ পৰা উদ্ধাৰ কৰা হৈছে ড্ৰাগছ লোৱা চিৰিঞ্জ । লোহাৰ ডেম্পত কাম কৰা এই যুৱক জনে ড্ৰাগছ লোৱাৰ কথা অকপটে স্বীকাৰ কৰে কেমেৰাৰ আগত । ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে সোধপোছৰ বাবে যুৱক জনক আনিছে সদৰ থানালৈ।