Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত , অংশগ্ৰহণ পৰ্যালোচনা বৈঠক

Mankachar, South Salmara-Mankachar | Sep 5, 2025
শুক্ৰবাৰে নিশা আনুমানিক ৮:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ কেইবাটাও বিভাগৰ মুৰব্বী সকলৰ সৈতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত।
Read More News
T & CPrivacy PolicyContact Us