Download Now Banner

This browser does not support the video element.

নগাঁও: চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ ধিঙৰ জেঙনীত ৰাইজে চলালে বেদখলকৃত ভূমিত চলালে বুল্ড'জাৰ

Nagaon, Nagaon | Aug 26, 2025
চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ ধিঙৰ জেঙনীত মঙলবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত ৰাইজে চলালে বেদখলকৃত ভূমিত বুল্ড'জাৰ। চৰকাৰী ভূমিত থকা বাসগৃহ দোকান বুল্ড'জাৰেৰে ভাঙি ত্যাগ কৰিছে চৰকাৰী ভূমি।ধিং ৰাজহ চক্ৰৰ অধীনৰ জেঙনিত বেদখলকাৰীয়ে নিজে ভাঙিছে বাসগৃহ।জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ এটা আহ্বানৰ পাছতেই চৰকাৰী ভূমি নিজেই এৰিছে বেদখলকাৰীয়ে। উল্লেখ্য যে বুধবাৰে অঞ্চলটো
Read More News
T & CPrivacy PolicyContact Us