Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: অবৈধ চুলাই মদৰ বিৰুদ্ধে দৰং আবকাৰী বিভাগৰ অভিযান ,শুক্ৰবাৰে মঙলদৈ বাংলাগড় চাহ বাগান অঞ্চলত আবকাৰী বিভাগৰ ব্যাপক অভিযান
Mangaldoi Part, Darrang | Sep 5, 2025
অবৈধ চুলাই মদৰ বিৰুদ্ধে দৰং আবকাৰী বিভাগৰ অভিযান অব্যাহত,শুক্ৰবাৰে আবেলি চাৰি মান বজাত মঙলদৈ বাংলাগড় চাহ বাগান অঞ্চলত আবকাৰী বিভাগৰ ব্যাপক অভিযান চলায়।এই অভিযানত প্ৰায় 50 লিটাৰ মান অবৈধ চুলাই মদ জব্দ কৰা লগতে দেশীয় সুৰা জব্দ কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!