Download Now Banner

This browser does not support the video element.

মানকাচৰ: অসম কিষান কংগ্ৰেছৰ উদ্দ্যোগত বালাডোৱাত কংগ্ৰেছৰ বিশাল যোগদান সভা, উপস্থিত কিষান কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি

Mankachar, South Salmara-Mankachar | Sep 13, 2025
শনিবাৰে নিশা আনুমানিক ৯ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বালাডোবাত অসম কিষান কংগ্ৰেছৰ উদ্দ্যোগত এক বৃহৎ যোগদান সভাৰ আয়োজন কৰে। উক্ত যোগদান সভাত অসম কিষান কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আব্দুৰ ছালাম শ্বাহ উপস্থিত আছিল। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত আব্দুল ছালাম শ্বাহ কংগ্ৰেছ দলৰ টিকটৰ আশাবাদী প্ৰাৰ্থী।
Read More News
T & CPrivacy PolicyContact Us