Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব হিয়াৰ আমঠু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ

Jorhat West, Jorhat | Sep 27, 2025
১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব হিয়াৰ আমঠু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ । কনভেনচন চেন্টাৰত উল্লেখ মন্ত্ৰী বিমল বৰাৰ । ইয়াকে লৈ আজি যোৰহাট কনভেনচন চেন্টাৰত অনুষ্ঠিত হয় এখন সভা । মন্ত্ৰী বিমল বৰা , জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসন , দল সংগঠন , সাধাৰণ নাগৰিক উপস্থিত থাকে উক্ত সভাত ।
Read More News
T & CPrivacy PolicyContact Us