Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত এটি পথে বিগত ২০ বছৰৰ পৰা জলা কলা খুৱাই আছে ৰাইজক, শীঘ্ৰেই সমস্যা সমাধানৰ দাবী ৰাইজৰ
Dhubri Part, Dhubri | Aug 25, 2025
পথটোত ড্ৰেন নথকাৰ ফলত বৰষুণ পৰিলে এক আথু লৈকে জমা হয় পানী । ধুবুৰী চহৰৰ নাথপাৰা অঞ্চলৰ এই পথটোত পানী জমা হোৱাৰ বাবে বৃহৎ বৃহৎ গাত হোৱাৰ ফলত কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে হৈ গৈছে । এজন ছাত্ৰৰ হাত এখনো ভাঙিছে পথটোত পৰি যোৱাৰ ফলত লগতে ই ৰিক্সা, বাইক কেইবাখনো দুৰ্ঘটনা সংঘটিত হৈছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!