This browser does not support the video element.
শিৱসাগৰ: সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নৱম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শিৱসাগৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে
Sibsagar, Sivasagar | Aug 25, 2025
সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নৱম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শিৱসাগৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে । জাতি, ধৰ্ম , বৰ্ণ নিৰ্বিশেষে যাতে একতাৰ এনাজৰীৰে থাকিব পাৰে তাৰ বাবে নগৰৰ মাজমজিয়াত উলিওৱা হয় অসম সমন্বয় যাত্ৰা শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা । প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীতে বিশিষ্ট সাহিত্যিক ড° মালিনী গোস্বামীক সংগঠনটোৱে প্ৰদান কৰে লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা ।