This browser does not support the video element.
তিনিচুকীয়া: সদৰৰ শাৰদা দুৰ্গা পূজা সমিতিৰ পূজাস্থলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Tinsukia, Tinsukia | Sep 28, 2025
১৯৭৬ চনত স্থাপিত তিনিচুকীয়াৰ শাৰদা দুৰ্গা পূজা সমিতিৰ পূজাস্থলীত দেওবাৰে নিশা প্ৰায় ৮ বজাত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ শ্ৰীচৰণত নতশিৰে প্ৰণিপাত জনাই সকলোৰে কুশল-মংগল, সুখ-সমৃদ্ধি কামনা কৰে । মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি এই অনুষ্ঠানতে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।