Install App
malobikabora1991
This browser does not support the video element.
সৰুপথাৰ: সৰুপথাৰত চুতীয়া জনগোষ্ঠীক জনজাতি কৰণৰ দাবীৰ কৰা প্ৰতিবাদত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ তীব্ৰ হতাহতি,উত্তপ্ত পৰিস্থিতি
Sarupathar, Golaghat | Aug 25, 2025
সোমবাৰে সন্ধিয়া প্ৰায় ৮ বাজি ত্ৰিশ মিনিটত সৰুপথাৰত প্ৰতিবাদক লৈ উত্তপ্ত পৰিস্থিতি । সৰুপথাৰত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ দাবীৰে চুতীয়া ছাত্ৰ সন্থায়ে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি । জোঁৰ সমদলত বাধা আৰক্ষীৰ। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি। প্ৰতিবাদকাৰীৰ হাতৰ পৰা দৌৰি দৌৰি আৰক্ষীয়ে কাঢ়িলে জুইৰ শিখা ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!