Download Now Banner

This browser does not support the video element.

তিতাবৰ: মেলামাটি পঞ্চায়ত প্ৰথম বাৰৰ বাবে বিজেপিৰ দখলত ,৩০ টা বছৰৰ পাছত ইতিহাস ৰচিলে মেলামাটি পঞ্চায়তে , নৱ নিৰ্বাচিতৰ শপত গ্ৰহণ

Titabor, Jorhat | Aug 1, 2025
তিতাবৰৰ মেলামাটি পঞ্চায়তত প্ৰথম বাৰৰ বাবে বিজেপিৰ দখল । ৩০ টা বছৰৰ পাছত ইতিহাস ৰচিলে মেলামাটি পঞ্চায়তে । শুকুৰবাৰে সন্ধিয়া ছয় বজাত দায়িত্ব গ্ৰহণ কৰে নৱ নিৰ্বাচিত সকলে। কংগ্ৰেছৰ দুৰ্গত বিজেপিয়ে প্ৰথমবাৰলৈ পঞ্চায়ত গঠন কৰি ৰচিলে ইতিহাস । তিতাবৰৰ ৮৪ নং মেলামাটি গাঁও পঞ্চায়তত সভানেত্ৰী আসনত বহি দায়িত্ব ললে বিজেপি দলৰ নৱনিৰ্বাচিত সভানেত্ৰী ৰূপা হাজৰিকাই ।
Read More News
T & CPrivacy PolicyContact Us