Download Now Banner

This browser does not support the video element.

মাটিয়া: শিঙিমাৰি চৰত বিৰল প্রজাতিৰ কেটেলা পহু উদ্ধাৰ, ৰাইজে উদ্ধাৰ কৰি গতালে বনবিভাগক

Matia, Goalpara | Sep 9, 2025
শিঙিমাৰি চৰত বিৰল প্রজাতিৰ কেটেলা পহু উদ্ধাৰ। গোৱালপাৰা জিলাৰ শিঙিমাৰি চৰত দুটা কেটেলা পহু স্থানীয় ৰাইজে প্রত্যক্ষ কৰে। দুয়োটা কেটেলা পহু ৰাইজে ধৰিবলৈ বহুত চেষ্টা কৰাৰ পিছত এটা পিঞ্জিৰাবদ্ধ কৰে যদিও আনটো পহু পলাই যায় সমাজ কর্মী গোলাম আলীৰ নেতৃত্বত স্থানীয় ৰাইজে কেটেলা পহুটো ধৰি বন বিভাগৰ হাতত গতাই দি সমাজৰ মাজত প্রকৃতি প্রেমৰ এক মহান আদর্শ দাঙি ধৰিছে। পিছত বনবিভাগে কেটেলা বহুটো বনাঞ্চলৰ নিৰাপদ স্থানত এৰি দিয়ে।
Read More News
T & CPrivacy PolicyContact Us