This browser does not support the video element.
বৰমা ভাগ: হাউলীত হাউলী ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ সৈতে বিধায়ক ফণীধৰ তালুকদাৰৰ সভা
India | Oct 11, 2025
আগন্তুক হাউলী ৰাস মহোৎসৱৰ প্ৰাক ক্ষণত ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে এখন সভা মিলিত হয় ৷ বিধায়ক ফণীধৰ তালুকদাৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷