Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজনীৰ ভেটাগাঁৱত আগন্তুক দুৰ্গা পূজাৰ লাইখুটা স্থাপন , উপস্থিত বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক

Bijni Part, Chirang | Aug 21, 2025
এইবাৰৰ বিশেষ আকৰ্ষণ প্যাণ্ডেল ৮০ পৰা ৯০ ফুট উচ্চতাৰ ডুবাইৰ বুৰ্জ আল আৰবৰ আৰ্হিত পূজা প্যাণ্ডেল,চিৰাং জিলাৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ভেটাগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটিৰ উদ্যোগত এইবেলি ২১ সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰা হ'ব,এই উপলক্ষে আজি প্যাণ্ডেলৰ লাইখুটা স্থাপন অনষ্ঠান অনুষ্ঠিত কৰে,এই লাইখুটা অনুষ্ঠানত বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়ক উপস্থিত থাকি লাইখুটা স্থাপন কৰে।
Read More News
T & CPrivacy PolicyContact Us