Download Now Banner

This browser does not support the video element.

মৰিগাঁও: শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে মৈৰাবাৰীৰ শ্ৰী শ্ৰী পাটেকীবড়ী সত্ৰতো দেখা গল ভকতৰ ভিৰ

Marigaon, Morigaon | Aug 25, 2025
মৰিগাঁৱত অসমীয়াৰ ধৰ্ম-সংস্কৃতি, কৃষ্টি-সংস্কাৰ, সাহিত্য-সংগীত সকলো ক্ষেত্ৰতে মহাপুৰুষজনৰ অমূল্য অৱদান ধৰি ৰখা আপ্ৰাণ চেষ্টা ।ৰাজ্যজুৰি থকা প্ৰতিটো নামঘৰ আৰু সত্ৰত বিশেষ নামপ্ৰসংগ, কীৰ্ত্তন আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে পালন কৰা হৈছে আজি গুৰুজনাৰ তিৰোভাৱ তিথি।তিৰোভাৱ তিথি উপলক্ষে মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰতো ভকতসকলৰ ভিৰ পৰিলক্ষিত।
Read More News
T & CPrivacy PolicyContact Us