Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: চুঙাপুতাস্তিত কালীবাৰী বিদ্যানিকেতন স্কুলত চুৰিকাণ্ড, আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে
Bongaigaon Part, Bongaigaon | Sep 8, 2025
এইবাৰ বিদ্যালয়ৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ প্ৰতি চকু চোৰৰ। বঙাইগাঁও জিলাৰ চুঙাপুতাস্তিত কালীবাৰী বিদ্যানিকেতন স্কুলত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। চোৰে কেৱলমাত্ৰ চুৰি কৰি লৈ যায় বিদ্যালয়ৰ বিদ্যুৎ পৰিবাহী তাঁৰ। সোমবাৰে ঘটনাৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!