Install App
ud.news
This browser does not support the video element.
সৰুপথাৰ: বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক বিকৃত কৰি পৰিৱেশন কৰা কৰিশ্মা নাথক সৰুপথাৰত সকীয়নি আটাছুৰ, কৰিশ্মা নাথৰ অনুষ্ঠান বৰ্জনৰ আহ্বান
Sarupathar, Golaghat | Aug 31, 2025
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক বিকৃত কৰি পৰিৱেশন কৰা কৰিশ্মা নাথক দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সৰুপথাৰত সকীয়নি আটাছুৰ। কৰিশ্মা নাথৰ অনুষ্ঠান বৰ্জনৰ আহ্বান সংগঠনটোৰ। সংগঠনটোৰ সৰুপথাৰ সমজিলা সমিতিৰ উপদেষ্টা মুণ্টি গগৈয়ে অতিশীঘ্ৰে অসমৰ ৰাইজৰ আগত তামোল-পাণ লৈ ক্ষমা খোজাৰ দাবী জনাই। যদিহে ক্ষমা নোখোজে আইনৰ কাষ চপাৰো হুংকাৰ দিয়ে। ইয়াৰোপৰি কলাগুৰুৰ অমৰ সৃষ্টি বিকৃত কৰাৰ ধৃষ্টতা কৰা কৰিশ্মা নাথৰ অনুষ্ঠান সকলোৱে বৰ্জন কৰাৰ আহ্বান জনায়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!