This browser does not support the video element.
ওদালগুৰি: পূব বাবৰিখাটত নৱ নিৰ্মিত সাংস্কৃতিক মঞ্চৰ শুভ উদ্বোধন কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে
Udalguri, Udalguri | Jun 10, 2025
ভেৰগাও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পূব বাবৰিখাট গাঁৱত নতুনকৈ এটি সাংস্কৃতিক মঞ্চ নিৰ্মাণ কৰা হয়। বিটিআৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা ২০২৪- ২৫ বিত্তীয় বৰ্ষৰ SOPD অধীনত নতুনকৈ নিৰ্মাণ কৰা হয়। উক্ত নৱ নিৰ্মিত মঞ্চটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে। আনহাতে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে VCDC ৰ অধ্যক্ষ বিমেল দৈমাৰী প্ৰমুখ্যে আমন্ত্ৰিত অতিথি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।