Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: বৰবিল গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত অৰুনোদয় আঁচনিৰ হিতাধীকাৰী সকললৈ অনুমোদন পত্ৰ প্ৰদান বিধায়ক সুৰেন ফুকনৰ

Margherita, Tinsukia | Aug 24, 2025
দেওবাৰে বিয়লি প্ৰায় ৩ বজাত  বৰবিল গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত অৰুনোদয় আঁচনিৰ হিতাধীকাৰী সকললৈ অনুমোদন পত্ৰ প্ৰদান ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ ।      এই কাৰ্যসূচীত বিধায়ক সুৰেন ফুকনৰ সৈতে উপস্থিত থাকে বৰবিল গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপজ্যোতি ফুকন ,ভাজপা তিনিচুকীয়া জিলা সমিতিৰ সদস্য ৰাজেন দাস ,বুথ সভাপতি ভৱেন দাস ,পুলিং ষ্টেচন সমিতিৰ সদস্য পুতুমনি দাস সহ বহু পুৰুষ মহিলা ।
Read More News
T & CPrivacy PolicyContact Us