Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: পূৱ কুৰুৱাবাহী নামঘৰত অনুষ্ঠিত হোৱা মাধৱদেৱ তিৰোভাৱ তিথিত উপস্থিত মীন উন্নয়ন নিগমৰ অধ্যক্ষ

Mangaldoi Part, Darrang | Sep 12, 2025
আজি মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি । মাধৱদেৱৰ তিৰোভাৱ তিথি পূৱ কুৰুৱাবাহী ৰাইজে পূৱ কুৰুৱাবাহী নামঘৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শুকুৰবাৰে আবেলি ৪:৩০মান বজাত উপস্থিত হয় প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ
Read More News
T & CPrivacy PolicyContact Us