আজি চিৰাং জিলাৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাঙালডুবাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ সভা অনুষ্ঠিত,আজিৰ এই সভাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ সভাত আলোচনা কৰা হয় ,আজিৰ এই সভাত প্ৰাক্তন মন্ত্ৰী তথা ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু ভোটাৰ ৰাইজ উপস্থিত থাকে।