Download Now Banner

This browser does not support the video element.

সোণাৰি: ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

Sonari, Charaideo | Sep 7, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজীৱ ভৱনত আজি অসম প্রদেশ কংগ্রেছ সংখ্যালঘু কোষৰ প্রশাসনিক সাধাৰণ সম্পাদক নেকিবুৰ ৰহমানৰ উপস্থিতিত আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। অসম প্ৰদেশ কংগ্ৰেছ কমিটী, সংখ্যালঘু বিভাগ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যনিবাহক সভা। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এতিয়া টতপৰ হৈ পৰিছে অসম প্রদেশ কংগ্রেছ সংখ্যালঘু বিভাগ। এই সভাত জিলাখনৰ দলৰ সংখ্যালঘু বিভাগৰ লোকসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ আলো
Read More News
T & CPrivacy PolicyContact Us