This browser does not support the video element.
শিৱসাগৰ: নগৰৰ কমলেশ্বৰী হাইস্কুলৰ সমীপত বিৰল প্ৰজাতিৰ প্ৰকাণ্ড কাছ উদ্ধাৰ
Sibsagar, Sivasagar | Aug 25, 2025
শিৱসাগৰ নগৰৰ সমীপৰ কমলেশ্বৰী হাইস্কুলৰ সমীপত বিৰল প্ৰজাতিৰ প্ৰকাণ্ড কাছ উদ্ধাৰ । স্থানীয় জনসাধাৰণে কাছটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ কাৰ্য্যালয়ত । শিৱসাগৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটা দল আহি কাছটো উদ্ধাৰ কৰি মুকলি কৰি দিয়ে ঐতিহাসিক শিৱসাগৰৰ বৰপূজাৰীত ।