Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈৰ ছিপাঝাৰ সমষ্টিৰ হেমন্ত ডেকাৰ বাসগৃহত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰে

Mangaldoi Part, Darrang | Aug 22, 2025
দৰং জিলাৰ মঙলদৈৰ ছিপাঝাৰ সমষ্টিৰ হেমন্ত ডেকাৰ বাসগৃহত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে মৃত্যু হোৱাত হেমন্ত ডেকাৰ বাসগৃহত শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত উপস্থিত হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে
Read More News
T & CPrivacy PolicyContact Us