Install App
majulinews
This browser does not support the video element.
মাজুলী: ৬ ঘণ্টা পাছত চাৰিঘৰীয়াৰ পৰা বন বিভাগে খেদিবলৈ সক্ষম হয় চাৰিঘৰীয়া বিলত আৱদ্ধ গঁড়টো
Majuli, Majuli | Apr 7, 2024
মাজুলীৰ চাৰিঘৰীয়া বিলত আবদ্ধ গঁড়ক খেদিবলৈ সক্ষম হয় বন বিভাগে।৬ ঘণ্টাৰ মূৰত বম, গুলি ফুটাই গঁড়ৰ খেদা চেষ্টা বন বিভাগৰ।চাৰিঘৰীয়া পৰা গড়তো খেদিবলৈ সক্ষম হয় যদিও বনাঞ্চলৰ পৰিবৰ্তে পুনৰ জনাঞ্চলৰ দিশে গতি কৰে গঁড়টোৱে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!