Download Now Banner

This browser does not support the video element.

বালিজানা: ৰামহৰি চৰত দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জলমিত্ৰ,থানাত এজাহাৰ দাখিল

Balijana, Goalpara | Sep 23, 2025
ৰামহৰি চৰত দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জলমিত্ৰ,থানাত এজাহাৰ দাখিল।গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত নাকালীয়াপাৰাত দলবদ্ধ ভাৱে এদল লোকে আক্ৰমণ চলাই এগৰাকী জলমিত্ৰক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে পানী যোগান আঁচনি গৃহৰ দুৱাৰ খিৰিকী ভাঙি পেলোৱাৰ লগতে চলাৰ পেনেল ভাঙি পেলোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জলমিত্র হিচাপে কাম কৰা আজমত আলীয়ে আজি পানী যোগান আঁচনিত পানী দি থাকোতে এদল লোকে আক্ৰমণ কৰে।
Read More News
T & CPrivacy PolicyContact Us