Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত প্ৰণামো মাতৃভাষাৰ উদ্যোগত "মাতৃভাষা সজাগতা সভা" অনুষ্ঠিত , উপস্থিত সাংসদ ফণী ভূষণ চৌধুৰী

Bongaigaon Part, Bongaigaon | Aug 24, 2025
দেওবাৰে বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত "মাতৃভাষা সজাগতা সভা" অনুষ্ঠিত হয় । সজাগতা সভাত অনাগত দিনত কিদৰে মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত দায়বদ্ধতাৰে জীয়াই ৰাখিব পৰা যাব তাৰ বিষয়ে বিস্তৃতি ভাবে আলোচনা কৰা হয় । সজাগতা সভাত জাতীয় বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সাংসদ ফণী ভূষণ চৌধুৰী,জিলা আয়ুক্ত নৱদ্বীপ পাঠক লগতে বহু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us