Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ৰূপহী আলি , গড় আলি সকলোতে মহাসপ্তমীৰ নিশা সেমেকা মনেৰে মা দুৰ্গাৰ আশীষ লবলৈ ভক্তগণ অহা পৰিলক্ষিত হল

Jorhat West, Jorhat | Sep 29, 2025
ৰূপহী আলি , গড় আলি সকলোতে মহাসপ্তমীৰ নিশা সেমেকা মনেৰে মা দুৰ্গাৰ আশীষ লবলৈ ভক্তগণ অহা পৰিলক্ষিত হল । এইবাৰ ৰাজ্যত নাই দুৰ্গোৎসৱৰ আনন্দ উল্লাহ। নাই মাদকতা । দুৰ্গা পূজাৰ মণ্ডপ সমূহৰ সন্মুখতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি । পূজা মণ্ডপৰ সন্মুখত এইবাৰ বাজিছে কেৱল জুবিন দাৰ গীত । যোৰহাটৰ ১৮২ খন পূজা স্থলীত একেই পৰিবেশে বিৰাজ কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us