Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত ভালুক ডুবি দুৰ্গাপূজা কমিটিৰ সংবাদ মেল, জনজাতীয় লোকক বঞ্চিত কৰাৰ অভিযোগ

Balijana, Goalpara | Sep 9, 2025
গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত ভালুক ডুবি দুৰ্গাপূজা কমিটিৰ সংবাদ মেল। জনজাতীয় লোকৰ দুৰ্গামন্দিৰৰ স্থানত স্থায়ী দোকান নিৰ্মাণৰ বাবে ভালুক ডুবি জিলা পৰিষদৰ সদস্য আব্দুৰ ৰহিম জিব্ৰানে অবৈধ ভাৱে আধাৰশিলা স্থাপনৰ অভিযোগ কৰে। সংবাদ মেলত দুৰ্গা মন্দিৰ কমিটিৰ সম্পাদক মজিদ ৰাভা আৰু সভাপতি বৰেন চন্দ্ৰ ৰাভাই কয় যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ সন্মুখত ১৯৯৬ চনৰে পৰা জনজাতীয় লোকৰ লগতে খিলঞ্জীয়া অসমীয়া লোকে দোকান পোহাৰ দি পৰিয়াল পোহপাল দি আছে।
Read More News
T & CPrivacy PolicyContact Us