Download Now Banner

This browser does not support the video element.

গুৱাহাটী: আজি অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি অনুষ্ঠান,খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অৰুণোদয় ৩.০ৰ

Guwahati, Kamrup Metropolitan | Oct 7, 2025
আজি অৰুণোদয় ৩.০ৰ শুভাৰম্ভণি অনুষ্ঠান,খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অৰুণোদয় ৩.০ৰ।৩৮ লক্ষ লোকে লাভ কৰিব অৰুণোদয় ৩.০ৰ ১২৫০ টকাকৈ ধন ।আঁচনিখনৰ জৰিয়তে প্ৰতি মাহে ৪১০ কোটিটকৈ অধিক ধন আদায় দিব চৰকাৰে।
Read More News
T & CPrivacy PolicyContact Us