This browser does not support the video element.
পূব ডিব্ৰুগড়: জনজাতিকৰণৰ দাবীৰে কাইলৈ ৫০ হাজাৰ মটকে কঁপাব লাহোৱালৰ আকাশ বতাহ, লাহোৱালত প্ৰস্তুতি সম্পন্ন
Dibrugarh East, Dibrugarh | Sep 25, 2025
জনজাতিকৰণৰ দাবীৰে ২৬ চেপ্তেম্বৰ শুক্ৰবাৰে সন্ধিয়া ৫ বজাত ৫০ হাজাৰ মটক জনগোষ্ঠীৰ ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ। আজি বৃহস্পতিবাৰে দিনৰ ১১ বজাত লাহোৱালত সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ নেতা অজয় গগৈয়ে কয় যে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা নেতৃত্বত ৫০ হাজাৰ পুৰুষ মহিলাই একত্ৰিত হৈ জোঁৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কঁপাই তুলিব লাহোৱালত