Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: "কা" বাতিলৰ দাবীত নেহেৰু পাৰ্ক চাৰি আলিৰ পৰা AJYCP ৰ অগ্নিশিখা সমদল ,আৰক্ষীৰ বাধা নেওচি নগৰৰ মাজেৰে উলিয়াই সমদল
Jorhat West, Jorhat | Sep 6, 2025
"কা" বাতিলৰ দাবীত নেহেৰু পাৰ্ক চাৰি আলিৰ পৰা AJYCP ৰ অগ্নিশিখা সমদল । আৰক্ষীৰ বাধা নেওচি নগৰৰ মাজেৰে উলিয়াই সমদল। যোৰহাটত আজি অগ্নিশিখা সমদল উলিয়াই অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী আদেশ ২০২৫ আৰু "কা" বাতিলৰ দাবীত এই সমদল । যোৰহাটত নেহেৰু পাৰ্ক চাৰি আলিৰ পৰা নগৰৰ মাজেৰে উলিয়াই এই সমদল ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!