Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আক্ৰাছুৰ সংবাদমেল, পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰে আক্ৰাছুৱে

Bongaigaon Part, Bongaigaon | Aug 26, 2025
মঙ্গলবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু। সংবাদ মেলত আক্ৰাছু  কেন্দ্ৰীয় সভাপতি মনোজ ৰায় আৰু সাধাৰণ সম্পাদক বলৰাম বৰ্মনে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত অহা সাত ছেপ্টেম্বৰত বঙাইগাঁও চিন্তন বৈঠক, ১০ ছেপ্টেম্বৰত ধুবুৰীত জোৰ সমদল, ১৫ ছেপ্টেম্বৰত গোৱালপাৰাত পদযাত্ৰা, ২০ ছেপ্টেম্বৰত বঙাইগাঁৱত মানব শৃংখল, অক্টোবৰ মাহত শিৱসাগৰত জনসমাবেশ , নৱেম্বৰ মাহত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আদি আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰে ।
Read More News
T & CPrivacy PolicyContact Us