Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়ুক্তৰ উপস্থিতিত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত

Jorhat West, Jorhat | Sep 25, 2025
জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়ুক্তৰ উপস্থিতিত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত । জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা । জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰয়, মৰিয়নি সম জিলা আয়ুক্ত অভিজিত গগৈ , অতিৰিক্ত জিলা আয়ুক্ত সকল, সহকাৰী আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us