This browser does not support the video element.
বিজনী ভাগ: আগন্তুক বিটিআৰ নিৰ্বাচন লৈ ডগৰপাৰাত সভা অনুষ্ঠিত, উপস্থিত সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী
Bijni Part, Chirang | Sep 10, 2025
আজি চিৰাং জিলাৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডগৰপাৰাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ বিজেপিৰ সভা অনুষ্ঠিত, আজিৰ এই সভাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ ভোটাৰ ৰাইজৰ সৈতে বিভিন্ন আলোচনাত মিলিত হয় সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী ,আজিৰ এই সভাত সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।