Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: দশমীৰ মৃত্যুৰ তদন্ত নকৰিলে গোলাঘাটত কেবিনেট বৈঠক শান্তিৰে কৰিবলৈ নিদিয়াৰ বাটা পইণ্টত হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
Golaghat, Golaghat | Aug 21, 2025
বন কৰ্মী ২৪ বছৰীয়া দশমী দুৱৰাৰ মৃত্যু ক্ৰমাত ৰহস্য জনক হৈ পৰিছে l আৰক্ষী প্ৰশাসন,বন বিভাগ তথা মুখ্যমন্ত্ৰী উক্ত সন্দৰ্ভত নিমাত বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰে যদি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত সন্দৰ্ভত হস্তক্ষেপ নকৰে তেনেহলে আগন্তক ২৭ আগষ্টত গোলাঘাটত অনুষ্ঠিত হব লগীয়া কেবিনেট বৈঠক শান্তিৰে কৰিবলৈ নিদিয়াৰ হুংকাৰ বৃহস্পতি বাৰে দিনৰ প্ৰায় ৩ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ l
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!