Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ভোলাবাৰীত বিজেপিৰ দলীয় সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, উপস্থিত থাকে বিটিআৰৰ ইএম দিগন্ত বৰুৱা

Udalguri, Udalguri | Aug 30, 2025
সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমুহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে। ইতিমধ্যে ৰাজনৈতিক দল সমুহে নিৰ্বাচনৰ বাবে বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি ভোটাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে। সেইদৰে মুদৈবড়ী পৰিষদীয় সমষ্টিৰ ভোলাবাৰীত বিজেপিৰ দলীয় সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ইপিনে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us