Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: সদৰ আৰক্ষীৰ জালত যৌন ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড, বাইপাছৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুখদেৱ কালিন্দীক

Jorhat West, Jorhat | Sep 4, 2025
যোৰহাট আৰক্ষীৰ জালত যৌন ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড । বাইপাছৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুখদেৱ কালিন্দীক ।সুখদেৱ কালিন্দীয়ে যোৰহাটৰ একাংশ হোটেলে হোটেলে গ্ৰাহকক যোগান ধৰে যুৱতী , মহিলা । গ্ৰাহকৰ দায়িত্বত থাকে সুখদেৱ আৰু যুৱতী , মহিলা মতাৰ দায়িত্ব লয় পূৰ্বে গ্ৰেপ্তাৰ হোৱা দেৱজিতে। মঙ্গলবাৰে পোহৰলৈ আহিছিল যোৰহাটত চলা এই লেতেৰা ব্যৱসায়ৰ তথ্য ।
Read More News
T & CPrivacy PolicyContact Us