Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত মহিলা সকলো লৈ উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠান,উপস্থিত জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত

Mankachar, South Salmara-Mankachar | Sep 6, 2025
শনিবাৰে দিনৰ ১ বজাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানে সবল মহিলা সমাজ গঢ়াৰ উদ্দ্যেশে মহিলাক উদ্যমিতাৰ দিশত আগুৱাই লৈ যোৱাৰ কাৰণে মহিলা আত্ম সহায়ক গোটৰ প্ৰতি গৰাকী মহিলাক দহ হেজাৰকৈ টকা প্ৰদানৰ কাৰণে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আনুষ্ঠানিক ভাৱে চেক বিতৰণ কৰে
Read More News
T & CPrivacy PolicyContact Us