This browser does not support the video element.
মায়ং: মায়ংত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ,মায়ঙৰ গৌৰাঙ্গ মন্দিৰত হোলীৰ মেলাত উপস্থিত অভিনেত্ৰী গৰাকী
Mayong, Morigaon | Mar 15, 2025
মায়ংত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া । মায়ঙৰ গৌৰাঙ্গ মন্দিৰত হোলীৰ মেলাত উপস্থিত অভিনেত্ৰী গৰাকী। উল্লেখ্য যে ৰাজ্যৰ সমান্তৰাল ভাৱে মৰিগাঁও জিলাৰ মায়ংতো পালন কৰা হৈছে ৰংৰ উৎসৱ ফাকুৱা। ফাকুৱা উত্সৱৰ লগত সংগতি ৰাখি মায়ঙৰ গৌৰাংগ মন্দিৰত পূৰ্বৰ দৰে আয়োজন কৰা হৈছে হোলিৰ মেলাৰ । আজি গৌৰাং মন্দিৰত উপস্থিত হৈ হোলী উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে মেলা উপভোগ কৰিলে অভিনেত্ৰী গৰাকীয়ে।