Download Now Banner

This browser does not support the video element.

জাৰাগুৰীৰ আই নদীত অচিনাক্ত যুৱতীৰ  মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে

Manikpur, Bongaigaon | Sep 11, 2025
বৃহস্পতিবাৰে মাণিকপুৰ থানা অন্তৰ্গত জাৰাগুৰীৰ আই নদীত জনসাধাৰণে  মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়ে । ঘটনাৰ খবৰ লাভ কৰাৰ পিছত ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰে । মৃতদেহটো এতিয়ালৈ চিনাক্ত হোৱা নাই । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো চিনাক্তকৰণৰ বাবে  অসামৰিক চিকিৎসালয় বঙাইগাঁৱৰ মৰ্গত ৭২ ঘণ্টাৰ বাবে ৰখা হব বুলি জানিবলৈ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us