This browser does not support the video element.
ধুবুৰী ভাগ: ঝগৰাৰপাৰত পঞ্চায়ত সভাপতি সহ সদস্যৰ যোগদান বিজেপিত
Dhubri Part, Dhubri | Aug 22, 2025
ধুবুৰী ঝগৰাৰপাৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত এইবাৰ দলে দলে চৰ অঞ্চলৰ পঞ্চায়ত জনপ্ৰতিনিধি সকলে যোগদান কৰে বিজেপিত। ধুবুৰী মাজেৰচৰ- চলাকুৰা পঞ্চায়তৰ সভাপতি ছোমেৰ উদ্দিন মণ্ডল সহ ৭ জন কৈ পঞ্চায়ত সদস্যই যোগদান কৰে বিজেপিত। ইপিনে ধুবুৰী পদ্মেৰআলগা গাৱঁ পঞ্চায়তৰ সভানেত্ৰী সহ পাচঁ জনকৈ পঞ্চায়ত সদস্যই যোগদান কৰে বিজেপিত ৷